सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো মেৰোৱাই থোৱা আছে
उदाहरणे : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
समानार्थी : পৰিবৃত
अर्थ : লুকাই থকা বা ঢাকি থোৱা
उदाहरणे : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
समानार्थी : আচ্ছাদিত, প্রচ্ছন্ন
अर्थ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
उदाहरणे : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
समानार्थी : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
स्थापित करा