अर्थ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
उदाहरणे :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
समानार्थी : অথন্তৰ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
अर्थ : অকস্মাৎ অহা অনাকাংক্ষিত বিপদ
उदाहरणे :
উৰাজাহাজৰ ইঞ্জিন বন্ধ হোৱাৰ লগে লগে আকস্মিক বিপদ সৃষ্টি হʼল
समानार्थी : আকস্মিক বিপদ, আপৎ, ইমাৰজেন্সী