पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আন্ত্রিক ৰোগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আন্ত্রিক ৰোগ   বিশেষ্য

अर्थ : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়

उदाहरणे : আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল

समानार्थी : কলেৰা, জহনী, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি, হাইজা

चौपाल