सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আন ফালৰ বা সেই ফালৰ
उदाहरणे : শ্যাম সিফালে আছে
समानार्थी : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
अर्थ : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
उदाहरणे : ইয়াত আপুনি একো নাপাব আনফালে যাওক
समानार्थी : অন্যফালে
अर्थ : আনটো ফালে
उदाहरणे : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
समानार्थी : আনহাতে
अर्थ : আনটো ফালৰ দিশ
उदाहरणे : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
समानार्थी : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
स्थापित करा