अर्थ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
उदाहरणे :
समानार्थी : আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ
अर्थ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
उदाहरणे :
ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
समानार्थी : আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ
अर्थ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
उदाहरणे :
আপোনাৰ সংগই মোৰ বাবে আনন্দ
समानार्थी : প্রসন্নতা, সুখপ্রদ, হর্ষ, ্আনন্দদায়ক