सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটাক এৰি দি কোনোবা এটা
उदाहरणे : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
समानार्थी : অইন, অন্য, অন্যান্য, পৰ, বেলেগ
अर्थ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
उदाहरणे : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
समानार्थी : অন্য, অন্যৰ, আনৰ, পৰ, পৰৰ, লোকৰ
अर्थ : দ্বিতীয় কোনো
उदाहरणे : মোৰ লগত আন মানুহো আছে
समानार्थी : অইন, অন্য, আৰু, বেলেগ
स्थापित करा