सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
उदाहरणे : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
समानार्थी : অনুজ্ঞা, অনুমতি, আজ্ঞা
अर्थ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
उदाहरणे : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
समानार्थी : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
अर्थ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
उदाहरणे : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
समानार्थी : অনুজ্ঞা, আজ্ঞা, হুকুম
स्थापित करा