सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
उदाहरणे : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
समानार्थी : আৰম্ভ, আৰম্ভণি, প্রাৰম্ভ, শুভাৰম্ভ
अर्थ : এই ধৰণৰ আৰু অধিক
उदाहरणे : চব্জি আদা, নহৰু, পিয়াজ, জলকীয়া আদি মছলা দিব লাগে
समानार्थी : ইত্যাদি
स्थापित करा