अर्थ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
उदाहरणे :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
समानार्थी : সংগ্রহ কৰা
अर्थ : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
उदाहरणे :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
अर्थ : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
उदाहरणे :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে