अर्थ : কোনোৱে নিজে লিখা জীৱনচৰিত্র
उदाहरणे :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
समानार्थी : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
अर्थ : নিজৰ বিষয়ে নিজে কোৱা কথা
उदाहरणे :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
समानार्थी : আত্মকথন