अर्थ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
उदाहरणे :
এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
समानार्थी : স্থানীয়
अर्थ : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
उदाहरणे :
আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
समानार्थी : ক্ষেত্রীয়