सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
उदाहरणे : তেওঁৰ ব্যৱহাৰ ভাল নহয়
समानार्थी : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
उदाहरणे : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
समानार्थी : ধৰণ-কৰণ, ব্যৱহাৰ
अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
उदाहरणे : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
समानार्थी : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
स्थापित करा