सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
उदाहरणे : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
समानार्थी : গঢ়-গতি, চাল-চলন, ৰেহৰূপ
अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
उदाहरणे : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
समानार्थी : আচাৰ, আচাৰ-আচৰণ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
स्थापित करा