अर्थ : যি মহিলাই বিদ্যা বা কলা প্রদান কৰে
उदाहरणे :
মা আমাৰ প্রথম শিক্ষয়িত্রী
समानार्थी : গুৰুমাতা, শিক্ষয়িত্রী
अर्थ : বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়ুওৱা মহিলা
उदाहरणे :
এই বিদ্যালয়ত দুগৰাকী শিক্ষয়িত্রীয়ে পঢ়ায়
समानार्थी : অধ্যাপিকা, মহিলা শিক্ষক, শিক্ষয়িত্রী