सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া আকাৰৰ অলংকাৰ
उदाहरणे : শ্যামে সোঁহাতৰ পাঁচোটা আঙুলিতে আঙঠি পিন্ধিছে
समानार्थी : আঙঠি, আঙ্গঠি, আঙ্গুষ্ঠি, আঙ্গুৰী
अर्थ : শিকলিৰ ৰচীৰ এক অংশ
उदाहरणे : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
समानार्थी : খাৰু
स्थापित करा