अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
उदाहरणे :
পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
समानार्थी : দুখ
अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
उदाहरणे :
মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে