अर्थ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
उदाहरणे :
তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
समानार्थी : আগতে
अर्थ : সকলোতকৈ আগত........
उदाहरणे :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
समानार्थी : আগত, সকলোতকৈ আগত