अर्थ : কাৰোবাৰ সন্মুখ বা উপস্থিতিত
उदाहरणे :
অপৰাধীটো দণ্ডাধীশৰ সন্মুখত হাজিৰ হʼল
समानार्थी : সন্মুখত
अर्थ : সকলোতকৈ আগত........
उदाहरणे :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
समानार्थी : আগে আগে, সকলোতকৈ আগত