सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দেখিবলৈ বেয়া চেহেৰাৰ:কাহিনীৰ আৰম্ভণিতেই ডাইনীজনীয়ে মন্ত্রেৰে ৰাজকুমাৰক আপচু কৰি তুলিলে
उदाहरणे :
समानार्थी : আপচু, আভঁ্জা, কু-ৰূপ, কুবৃত, কুশ্রী, বিকৃত, বিশ্রী
अर्थ : যি শুৱনি নহয়
उदाहरणे : বক্রাচার্যৰ শৰীৰ অশুৱনি
समानार्थी : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৎসিত, কুৰূপ, বিশ্রী
स्थापित करा