अर्थ : আক্রমণ কৰোতা ব্যক্তি
उदाहरणे :
সৈনিকসকলে দৌৰি দৌৰি দুটা আক্রমণকাৰীক ধৰিলে
अर्थ : আক্রমণ কৰা ব্যক্তি
उदाहरणे :
ভাৰতবর্ষৰ ওপৰত ্আক্রমণকাৰীয়ে মাজে-মাজে ৰাজত্ব কৰে
समानार्थी : ্আক্রমণ কর্তা
अर्थ : যি আক্রমণ কৰে
उदाहरणे :
আক্রমণকাৰী সৈনিকে কিল্লাটো হস্তগত কৰিলে
समानार्थी : আক্রমণ ্কর্তা, আগ্রাসী, হানাদাৰ