अर्थ : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য
उदाहरणे :
সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে
समानार्थी : আশা
अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ
उदाहरणे :
समानार्थी : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ