पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আই शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আই   বিশেষ্য

अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

उदाहरणे : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

समानार्थी : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

अर्थ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন

उदाहरणे : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক

समानार्थी : আইতা

अर्थ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া

उदाहरणे : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন

समानार्थी : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ

अर्थ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ

उदाहरणे : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে

समानार्थी : বসন্ত ৰোগ, সৰুআই

चौपाल