अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
उदाहरणे :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
समानार्थी : আঁতৰি যোৱা, ফটা, ফাটি যোৱা
अर्थ : ওলাই যোৱা
उदाहरणे :
এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল