अर्थ : দূৰত বা পৃথক কৰি থোৱা
उदाहरणे :
কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
समानार्थी : আঁ্তৰাই থোৱা
अर्थ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
उदाहरणे :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
समानार्थी : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
अर्थ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
उदाहरणे :
চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
अर्थ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
उदाहरणे :
কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
समानार्थी : পদচ্যুত কৰা, বর্খাস্ত কৰা