सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
उदाहरणे : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
समानार्थी : আঁ্তৰা, ফটা, ফাটি যোৱা
अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
उदाहरणे : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
समानार्थी : এৰা, এৰি দিয়া, ত্যাগ কৰা
अर्थ : দূৰ হোৱা
उदाहरणे : ডাৱৰ আঁতৰি গʼল
समानार्थी : আঁ্তৰা
स्थापित करा