अर्थ : গতি অৱৰুদ্ধ হোৱা স্থিতি
उदाहरणे :
দুর্ঘ্্টনা হোৱাৰ কাৰণে পথ অৱৰোধ হৈ পৰিছে
समानार्थी : গতিৰোধ
अर्थ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা
उदाहरणे :
মোহনে মোৰ সকলো কামতে বাধা জন্মায়
समानार्थी : অন্তৰায়, অসুবিধা, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ