सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
उदाहरणे : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
समानार्थी : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, উপেক্ষা, তিৰস্কাৰ
अर्थ : উত্তৰদায়িত্ব পালন নকৰা কার্য
उदाहरणे : পুত্রৰ বৃদ্ধ পিতৃৰ প্রতি অৱহেলা দেখি বৰ দুখ লাগে
अर्थ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
उदाहरणे : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
समानार्थी : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
स्थापित करा