सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তলমূৰ কৰি থকা
उदाहरणे : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
समानार्थी : নত
अर्थ : আগৰ ফালে হাউলি থকা
उदाहरणे : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
अर्थ : যি তলমূৰ কৰি আছে
उदाहरणे : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
समानार्थी : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरणे : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
समानार्थी : অধঃপতিত, অধোগত, অৱনমিত, পতিত
अर्थ : যাৰ দৰ বা ভাও কমি গৈছে
उदाहरणे : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
समानार्थी : কম, মন্দা
स्थापित करा