सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ৰুচিকৰ নহয়
उदाहरणे : অৰুচিকৰ কাম কৰা উচিত নহয়
समानार्थी : অপ্রিয়, অপ্রীতিকৰ
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरणे : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
समानार्थी : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন
अर्थ : যিটোক খাবলৈ ইচ্ছা নাথাকে
उदाहरणे : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে
समानार्थी : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা
स्थापित करा