सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অভিমান কৰা ব্যক্তি
उदाहरणे : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
समानार्थी : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
अर्थ : অহংকাৰ দেখুৱাওতা
उदाहरणे : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
समानार्थी : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
अर्थ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
उदाहरणे :
समानार्थी : ্ গর্বী, ্ দর্পী
अर्थ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
उदाहरणे : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
समानार्थी : আত্ম-প্রশংসক
स्थापित करा