सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চল-কপট বা আন কিবা প্রকাৰৰ অনাচাৰ কৰা অৱস্থা বা ভাব
उदाहरणे : বেইমানীৰ ধন কেতিয়াও নাথাকে
समानार्थी : বেইমানী
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
समानार्थी : অধম, অনুচিত, অপকৃষ্ট, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
स्थापित करा