पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অস্ত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অস্ত্র   বিশেষ্য

अर्थ : যি হাথিয়াৰৰ দ্বাৰা কোনো বস্তু দলিওৱা হয়

उदाहरणे : তোপ, বন্দুক, ধনু আদিবোৰ অস্ত্র

अर्थ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

उदाहरणे :

समानार्थी : অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ, হাথিয়াৰ

अर्थ : শত্রুৰ ওপৰত পেলাই চলোৱা হাথিয়াৰ

उदाहरणे : কাঁড় এবিধ অস্ত্র

समानार्थी : প্রহৰণ

अर्थ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

उदाहरणे : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

समानार्थी : হাতিয়াৰ, হাথিয়াৰ

चौपाल