सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ক্রিয়া বা প্রচেষ্টা স্তব্ধ হৈ আছে
उदाहरणे : ৰোগীজন নিষ্ক্রিয় অৱস্থাত বিচনাত পৰি আছে
समानार्थी : নিষ্ক্রিয়, সুপ্ত
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरणे : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
समानार्थी : অৰুচিকৰ, নীৰস, ৰসহীন, ৰুচিহীন
स्थापित करा