सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरणे : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
समानार्थी : কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
अर्थ : যিটো সহজ নহয়
उदाहरणे : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত
समानार्थी : কঠিন, বিষম
अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
उदाहरणे : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
समानार्थी : কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল
स्थापित करा