सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো সমতল নহয়
उदाहरणे : তেওঁ খেতি কৰিবৰ কাৰণে ওখোৰা-মোখোৰা মাটিখিনি সমান কৰি আছে
समानार्थी : অসমতল, উখ-চাপৰ, ওখোৰা-মোখোৰা
अर्थ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ
उदाहरणे : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে
समानार्थी : খহটা, ৰুক্ষ
स्थापित करा