अर्थ : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
उदाहरणे :
আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
समानार्थी : ফেইল হোৱা
अर्थ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
उदाहरणे :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
समानार्थी : পৰাজিত হোৱা, হৰা