अर्थ : যিজনৰ বিশ্বাস নাই বা যিয়ে কাকো বিশ্বাস নকৰে
उदाहरणे :
তেওঁ এজন অবিশ্বাসী লোক, তেওঁক বুজাই একো লাভ নাই
समानार्थी : অবিশ্বস্ত, অবিশ্বাসী, ফাত্রা, বিশ্বাস নাইকিয়া
अर्थ : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি
उदाहरणे :
এইটো অবিশ্বাস্য কথা
समानार्थी : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাসী, অবিশ্বাস্য, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন