सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
उदाहरणे :
समानार्थी : অধম, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
अर्थ : যিটো উচিত বা যুগুত নহয়
उदाहरणे : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
समानार्थी : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
स्थापित करा