अर्थ : এটা মহাদ্বীপ
उदाहरणे :
অষ্ট্রেলিয়া সবাটোকৈ সৰু মহাদ্বীপ
समानार्थी : অষ্ট্রেলিয়া মহাদ্বীপ, অষ্ট্রেলিয়া-মহাদ্বীপ
अर्थ : সম্পূর্ণ অষ্ট্রেলিয়া মহাদ্বীপক আবৰি থকা এখন দেশ
उदाहरणे :
অষ্ট্রেলিয়ালে সর্বপ্রথমে বিশ হাজাৰ বছৰ পূর্বে দক্ষিণ-পূৱ এছিয়ানসকল আহিছিল