अर्थ : অষ্ট্রিয়াৰ নিবাসী
उदाहरणे :
এজন অষ্ট্রিয়ান প্রতিবছৰে ইয়ালৈ আহে
समानार्थी : অষ্ট্রিয়া বাসী, অষ্ট্রিয়া-বাসী, অষ্ট্রিয়াবাসী
अर्थ : অষ্ট্রিয়াৰ লোকসকলৰ ভাষা
उदाहरणे :
অষ্ট্রিয়ান শিকিবলৈ কি কৰিব লাগিব?
समानार्थी : অষ্ট্রিয়ান ভাষা
अर्थ : অষ্ট্রিয়ান ভাষাৰ বা অষ্ট্রিয়ান ভাষা সম্বন্ধী
उदाहरणे :
তেওঁ অষ্ট্রিয়ান সংবাদ পত্র লুটিয়াই আছে
अर्थ : অষ্ট্রিয়াৰ বা অষ্ট্রিয়া সম্বন্ধী
उदाहरणे :
চৰকাৰে অষ্ট্রিয়ান ব্যৱসায়ক উদগনি দিছে