सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সাতৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : চাৰি আৰু চাৰি মিলি আঠ হয়
समानार्थी : আঠ, ৮
अर्थ : সপ্তম শ্রেণীৰ ওপৰৰ শ্রেণী
उदाहरणे : গণেশে অষ্টম শ্রেণীত পঢ়ে
समानार्थी : অষ্টম শ্রেণী
अर्थ : গণনাত আঠ নম্বৰৰ স্থানত অহা
उदाहरणे : আজি আমাৰ অষ্টম কাকত আছে
समानार्थी : ৮ম
अर्थ : গণনাৰ হিচাপত আঠ নম্বৰ স্থানত উপনীত হোৱা এক অৱস্থা
उदाहरणे : শস্যৰ অষ্টম বস্তাটো ফাটি থাকিল
स्थापित करा