सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
उदाहरणे : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
समानार्थी : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
अर्थ : আস্থা বা শ্রদ্ধাৰ অভাৱ
उदाहरणे : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
समानार्थी : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
स्थापित करा