सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিলৰ টুকুৰা
उदाहरणे : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
समानार्थी : উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
उदाहरणे :
समानार्थी : উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন
स्थापित करा