सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ভয় ৰহিত
उदाहरणे : মনু এগৰাকী নি্র্ভীক ছোৱালী
समानार्थी : অকুতোভয়, অশংক, অশংকিত, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, বে-পৰোৱা, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
अर्थ : যিটো আশংকিত নহয়
उदाहरणे : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
समानार्थी : অশংক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন, সংশয়হীন
स्थापित करा