सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো দৃঢ় নহয়
उदाहरणे : থুনুকা বস্তু সহজে ভাগে
समानार्थी : অদৃঢ়, চনকা, চনচনীয়া, ঠনঠনীয়া, ঠুনুকা, ভংগুৰ
अर्थ : যাৰ ক্ষমতা বা শক্তি নাই
उदाहरणे : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
समानार्थी : অক্ষম, অথাৱৰ, অথৰ, ক্ষমতাহীন, ক্ষীণ শক্তি, ক্ষীণবল, বলহীন, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
स्थापित करा