पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অলৰ-অচৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অলৰ-অচৰ   বিশেষণ

अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

उदाहरणे : পাহাৰ-পর্বত স্থিৰ

समानार्थी : অচল, অচৰ, অটল, অবিচল, অলৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে

उदाहरणे : গছবোৰ সজীৱ সত্ত্বেও অচল

समानार्थी : অচল, অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ

चौपाल