पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অর্পণ ্কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অর্পণ ্কৰা   ক্ৰিয়া

अर्थ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা

उदाहरणे : তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে

समानार्थी : উৎসর্গা

अर्थ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য

उदाहरणे : গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়

अर्थ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা

उदाहरणे : মই এই কামটো আপোনাক অর্পণ কৰিছোঁ

समानार्थी : অধীন কৰা

चौपाल