सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি যোগ্য নহয়
उदाहरणे : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
समानार्थी : অলায়ক
अर्थ : যিজন যোগ্য নহয়
उदाहरणे : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
समानार्थी : অনুপযুক্ত, অনুপযোগী, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
अर्थ : যি কোনো কাম কৰাৰ কাৰণে যোগ্য নহয়
उदाहरणे : অকর্মণ্য ব্যক্তি সমাজৰ বোজা স্বৰূপ
समानार्थी : অকর্মণ্য
स्थापित करा