सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কোনো কথা কʼবলৈ বা কাম কৰিবলৈ সংকোচবোধ নকৰে
उदाहरणे : কবিৰ অভদ্র মানুহ আছিল
समानार्थी : অভদ্র, অশিষ্ট, অসভ্য, হুটা, ৰুঢ়
अर्थ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
उदाहरणे : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
समानार्थी : অপৰিষ্কৃত, অসংস্কৃত
स्थापित करा