अर्थ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
उदाहरणे :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
समानार्थी : অসাৱধানতা
अर्थ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
उदाहरणे :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
समानार्थी : ধ্যানহীনতা